Namaskar AI logo
Namaskar AIঅসমৰ পৰা ব্যৱহাৰিক AI শিক্ষা
Englishআপোনাৰ পথ বিচাৰি উলিয়াওক
English
আজিৰ দ্ৰুত আৰম্ভণি — ১০ মিনিটত ১টা প্ৰমপ্ট কপি কৰি চলাওক
Namaskar AI logo
Namaskar AI

অসমীয়া আৰু ইংৰাজীত ব্যৱহাৰিক AI শিক্ষা। অসম আৰু তাৰ বাহিৰৰ শিক্ষাৰ্থীৰ বাবে prompt pack, course, tool আৰু roadmap।

শিকাৰ পথ

  • শিকাৰ পথ
  • AI কোৰ্চ
  • প্ৰমপ্ট পেক

AI

  • AI সঁজুলি
  • ডেমো

সম্পদ

  • ডাউনলোড
  • খবৰ

আমাৰ বিষয়ে

  • আমাৰ বিষয়ে
  • কৰ্মজীৱন
  • প্ৰেছ
  • সঘনাই সোধা প্ৰশ্ন
  • যোগাযোগ
প্ৰডাক্ট

© ২০২৬ Namaskar AI — অসমত নিৰ্মিত। ক্ৰমান্বয়ে অধিক লোকৰ বাবে।

গোপনীয়তা নীতিব্যৱহাৰৰ চৰ্তাৱলীছাইটমেপ
WhatsApp-ত কথা পাতক
প্ৰধান পৃষ্ঠালৈ উভতি যাওক
প্ৰমপ্ট লাইব্ৰেৰী

AI প্ৰমপ্ট পেক

কেৰিয়াৰ, অধ্যয়ন, ব্যৱসায় আৰু পৰিয়ালৰ বাবে বিশেষজ্ঞ-ৰচিত প্ৰমপ্ট। কপি কৰক, চলাওক, মিনিটতে ফলাফল পাওক।

AI প্ৰমপ্ট পেক

প্ৰমপ্ট গাইড

গঠন, এৰাব লগা ভুল আৰু কপি-ৰেডি টেমপ্লেটৰ জৰিয়তে প্ৰমপ্টৰ গুণমান উন্নত কৰক।

দৈনিক প্ৰমপ্ট অভ্যাস

দৈনিক কমেও ১টা প্ৰমপ্ট কপি কৰি ব্যৱহাৰ কৰক। ১০ মিনিটৰ দৈনন্দিন অনুশীলনে শিকাৰ গতি বঢ়ায়।

সাম্প্ৰতিক কপি

এতিয়ালৈকে কোনো প্ৰমপ্ট কপি কৰা হোৱা নাই

দৰ্শকৰ দ্ৰুত লেন

সকলো প্ৰমপ্ট

ভাষা

10 টা প্ৰমপ্ট

Business and Income

Google Maps Listing + Review বৃদ্ধি Plan

আপুনি অসমৰ সৰু দোকানৰ Local SEO & Reputation Coach। Business: [name] Category: [category] Area: [area] Reviews: [count/rating] Photos: [yes/no] দিয়ক: 1) Google Business Profile checklist 2) এই ব্যৱসায়ৰ বাবে photo shot list 3) Description (অসমীয়া + English) 4) ethically review মাগিবলৈ scripts 5) ৫-star আৰু ১–২ star reply templates 6) ৩০ দিনৰ profile posting plan 7) weekly metrics (calls, direction requests) নিয়ম: - নকল review নহয় - ব্যস্ত দোকানীয়ে কৰিব পৰা ধাপ

google-mapsreviewslocal-seobusiness
Business and Income

Supplier Negotiation আৰু Purchase Planning

আপুনি সৰু খুচুৰা ব্যৱসায়ীৰ Buying & Negotiation Advisor। মই বিক্ৰী কৰোঁ: [products] Supplier সমস্যা: [issues] মাহিলী purchase budget: [budget] Storage: [limits] Peak season: [season] সাজি দিয়ক: 1) bulk order-ৰ আগৰ প্ৰশ্নসমূহ 2) price, credit days, returns negotiation scripts 3) অহা ৩০ দিনৰ purchase plan 4) dead-stock এৰাবলৈ নিয়ম 5) ২–৩ supplier তুলনা table template 6) deal-ৰ red flags 7) follow-up WhatsApp templates tone: বাস্তৱমুখী, সংখ্যা সচেতন, সন্মানজনক

suppliernegotiationinventorybusiness
Business and Income

প্ৰথম Shop Helper নিয়োগ (Job Post + Training)

আপুনি Small Business HR Coach। ব্যৱসায়: [type] নিয়োগ কৰিবলগীয়া role: [helper / delivery / sales] Salary budget: [range] Working hours: [hours] Must-have traits: [traits] দিয়ক: 1) স্পষ্ট job post (অসমীয়া + English) 2) ১০টা interview question + good/bad signals 3) প্ৰথম সপ্তাহৰ training checklist 4) helper-ৰ daily task sheet 5) cash, stock, customer-ৰ simple rules 6) conflict নোহোৱাকৈ feedback দিয়াৰ উপায় 7) ৩০ দিনৰ performance review template নিয়ম: - ন্যায্য আৰু স্থানীয় wage-বাস্তৱ - বিশ্বাসৰ সমস্যাৰ পৰা সুৰক্ষা — অতি প্যারানইয়া নহয়

hiringtrainingsmall-businessbusiness
Business and Income

সৰু দোকানৰ Weekly Cashflow Check

আপুনি হিচাপ-নিকাচ জটিল নকৰা Simple Bookkeeping Coach। ব্যৱসায়: [type] সাপ্তাহিক বিক্ৰী: [sales] Fixed costs: [rent, salary, etc.] Credit sales: [yes/no + amount] মূল চিন্তা: [worry] দিয়ক: 1) one-page weekly cashflow sheet (categories) 2) owner drawing আৰু business টকা কেনেকৈ পৃথক ৰাখিব 3) cash সমস্যাৰ early warning signs 4) প্ৰতি দেওবাৰে সুধিবলগীয়া ৫টা প্ৰশ্ন 5) বিক্ৰী কমিলৈ কি প্ৰথমে কমাব (priority) 6) ২ সপ্তাহৰ emergency buffer বনোৱা mini plan 7) প্ৰতি সপ্তাহে নিজকে পঠিয়াব পৰা WhatsApp note ভাষা: সহজ — জটিল finance term বুজাইহে ব্যৱহাৰ

cashflowbookkeepingshopbusiness
Business and Income

Complaint-ক Loyal Customer-লৈ ঘূৰাওক

আপুনি স্থানীয় ব্যৱসায়ৰ Customer Recovery Specialist। ব্যৱসায়: [type] সাধাৰণ complaint: [complaints] Channel: [WhatsApp / call / in-person] বৰ্তমান refund policy: [policy] সাজি দিয়ক: 1) প্ৰথম response script (৩০ second-ৰ ভিতৰত) 2) আচল সমস্যা বুজিবলৈ diagnose questions 3) resolution ladder (fix / replace / discount / apology) 4) গ্ৰাহক এতিয়াও খঙাল হ’লে messages 5) কেনেকৈ close কৰি পুনৰ আহিবলৈ ক’ব 6) staff-ৰ বাবে internal note template 7) pattern চাবলৈ weekly complaint log categories tone: শান্ত, সন্মানজনক, সমাধান-প্ৰথম

customer-servicecomplaintsretentionbusiness
Business and Income

উৎসৱৰ Inventory + Staffing Plan

আপুনি অসমৰ retail/service ব্যৱসায়ৰ Seasonal Operations Coach। ব্যৱসায়: [type] উৎসৱ: [festival] যোৱা বছৰৰ সমস্যা: [problems] Storage: [space] Extra staff: [yes/no] সাজি দিয়ক: 1) উৎসৱৰ ১৪ দিন আগৰ ops checklist 2) must-stock vs nice-to-stock framework 3) peak দিনৰ daily open/close checklist 4) staff duty roster template 5) queue আৰু WhatsApp-order rules 6) rush-ত damage/return handling 7) উৎসৱৰ পিছদিনা wind-down plan নিয়ম: - বিশৃঙ্খল দিনৰ বাবে optimize - দেৱালত টাঙিব পৰাকৈ চুটি নিৰ্দেশ

festivaloperationsinventorybusiness
Business and Income

WhatsApp Price List + Upsell Messages

আপুনি অসমৰ সৰু ব্যৱসায়ৰ Local Commerce Copywriter। ব্যৱসায়: [type] Products/services: [list] Target customer: [customer] Average order goal: [goal] সাজি দিয়ক: 1) WhatsApp price-list (copy-paste) 2) ৮টা চুটি product highlight 3) helpful upsell lines (pushy নহয়) 4) ৩টা bundle offer 5) “বহুত দামী” পালে reply 6) price-ৰ পিছত ghost কৰিলে reply 7) list গৰম ৰাখিবলৈ weekly status template tone: সন্মানজনক অসমীয়া + English mix

whatsapppricingupsellbusiness
Business and Income

WhatsApp Customer Reply Template Generator

আপুনি মোৰ WhatsApp Customer Communication Assistant। ব্যৱসায়ৰ ধৰণ: [type] সাধাৰণ customer question: [questions] মোৰ বাবে template লিখক: 1) Greeting + trust-building opener (১০টা) 2) Price inquiry reply (ভদ্ৰ আৰু স্পষ্ট) 3) Delivery delay apology reply 4) Out-of-stock alternative suggestion 5) Payment reminder (soft tone) 6) Feedback অনুৰোধ message 7) Angry customer de-escalation script নিয়ম: - সন্মানজনক language - আপুনি/আপোনাৰ টোন - copy-paste ready short format

whatsappcustomer-supporttemplates
Business and Income

ছোট দোকানৰ বিক্ৰী বৃদ্ধি Action Plan

আপুনি এজন Local Business Growth Advisor। মোৰ দোকান/ব্যৱসায়ৰ তথ্য তলত দিছোঁ। ব্যৱসায়: [দোকানৰ ধৰণ] স্থান: [লোকেশন] বৰ্তমান সমস্যা: [সমস্যা] অনুগ্ৰহ কৰি: 1) ৩০ দিনৰ বিক্ৰী বৃদ্ধি plan 2) Low-cost marketing idea (WhatsApp, local groups, referral) 3) Daily, weekly, monthly KPI 4) Assamese + English mix-ত ১০টা customer offer line 5) Repeat customer বৃদ্ধি strategy 6) ভুল কমাবলৈ billing/stock simple template নিয়ম: - বাস্তৱসম্মত - কম ডাটা/কম বাজেট friendy - অহংকাৰবিহীন, বুজিব পৰা ভাষা

businesssaleslocal-shopwhatsapp
Business and Income

স্থানীয় উৎসৱৰ বাবে দোকান Offer Campaign Builder

আপুনি এজন Local Retail Marketing Coach। মোৰ ব্যৱসায় [business type]। আগন্তুক উৎসৱ: [festival name]। মোৰ লক্ষ্য: - বিক্ৰী বঢ়োৱা - নতুন গ্ৰাহক আনা - পুৰণি গ্ৰাহক পুনৰ সক্ৰিয় কৰা মোৰ বাবে সাজি দিয়ক: 1) ১০ দিনৰ উৎসৱ campaign plan 2) daily post/status idea (WhatsApp + Instagram) 3) offer structure (combo, bundle, limited-time) 4) দোকানৰ front-banner text (অসমীয়া + English) 5) গ্ৰাহকক ফোন/মেছেজ কৰাৰ script 6) daily sales tracker format 7) campaign শেষত review framework (কি সফল/কি উন্নতি লাগিব) নিয়ম: - কম বাজেট, কম ডাটা আৰু বাস্তৱমুখী চিন্তা - আপুনি/আপোনাৰ ভদ্ৰ সম্বোধন বজাই ৰাখিব - copy-paste ready output

small-businessofferscampaignlocal-market